বাগ বা সমস্যাৰ কথা সদৰি কৰা

From Joomla! Documentation

This page is a translated version of the page Filing bugs and issues and the translation is 49% complete.
Other languages:
Bahasa Indonesia • ‎Deutsch • ‎English • ‎Nederlands • ‎Türkçe • ‎català • ‎eesti • ‎español • ‎français • ‎italiano • ‎português • ‎svenska • ‎Ελληνικά • ‎русский • ‎অসমীয়া • ‎中文(台灣)‎ • ‎日本語

Joomla! বাগ ট্ৰেকাৰসমূহত কোনো বাগৰ কথা সদৰি কৰিবলৈ আপুনি এটা ট্ৰেকাৰ আইটেম সৃষ্টি কৰিব লাগিব। ট্ৰেকাৰ আইটেমটো সৃষ্টি হোৱাৰ পাছত বিকাশকৰ্তাসকলে তাৰ বৈধতা পৰীক্ষা কৰিব আৰু সেইমতে কাম কৰিব। যদি আপুনি Joomla পেট্‌চ পৰীক্ষা কৰাত সহায় কৰিব বিচাৰে, তেনেহ'লে অনুগ্ৰহ কৰি সেয়া কেনেকৈ কৰে তাৰে এই বিতং নিৰ্দেশনাসমূহ অনুসৰণ কৰক।

বাগৰ কথা সদৰি কৰা

GitHub-ত এটা একাউণ্ট পঞ্জীয়ন কৰক

আপুনি GitHub-ত এটা একাউণ্ট পঞ্জীয়ন কৰিব লাগিব; Joomla! সমস্যা ট্ৰেকাৰে প্ৰমাণীকৰণৰ বাবে GitHub একাউণ্ট ব্যৱহাৰ কৰে।

Joomla! সমস্যা ট্ৰেকাৰত প্ৰৱেশ কৰক।

আপুনি সদৰি কৰিব বিচৰা বাগটোৰ কথা ইতিমধ্যে সদৰি কৰা হৈছে নেকি চাবলৈ পৰীক্ষা কৰক।

ফিল্টাৰৰ এক শৃংখলাই ট্ৰেকাৰ আইটেমসমূহ দেখুৱায় আৰু তালিকাৰ ওপৰত থকা "সন্ধান সঁজুলি" বুটামত ক্লিক কৰি সেইবোৰত প্ৰৱেশ কৰিব পাৰি। যদি আপুনি সন্মুখীন হৈ থকা সমস্যাটোৰ কথা ইতিমধ্যে সদৰি কৰা হোৱা নাই, তেন্তে মুখ্য নেভিগেশ্যন ক্ষেত্ৰত "নতুন আইটেম" বুটামত ক্লিক কৰক।

নতুন স্ক্ৰীণ এখন দেখুওৱা হ'ব আৰু তাত আপুনি যিমান বেছি তথ্য দিয়ে, বিকাশকাৰীসকলৰ বাবে সিমানেই সহজ হয়।

আপুনি যিমান পাৰে সিমানেই ডাটা পূৰ কৰক। আপুনি স্ক্ৰীণৰ সোঁফালে থকা "ভিউ ম'ড" প্ৰ'ৰ পৰা সহায়লৈ সলনি কৰি প্ৰতিটো ক্ষেত্ৰৰ বাবে পৰামৰ্শ সক্ৰিয় কৰিব পাৰে।

  • প্ৰাথমিকতা : আপুনি আন কিবা পছন্দ কৰিবলৈ পৰ্যাপ্ত ক'ড নাজানিলে ডিফ'ল্ট "মাধ্যম" ব্যৱহাৰ কৰক।
  • বিল্ড: সমস্যাটোৰ দ্বাৰা প্ৰভাৱিত হোৱা সংস্কৰণ(সমূহ) ইয়াত টাইপ কৰক।
  • শ্ৰেণী : এইটো আৰু জটিল। আপুনি বেছি ভালদৰে নাজানিলে "কৰ্তৃপক্ষ" ব্যৱহাৰ কৰক।
  • শীৰ্ষক : সমস্যাটোৰ এক চমু সাৰাংশ।
  • বিৱৰণ : সমস্যাটোৰ বিৱৰণ। অনুগ্ৰহ কৰি অধিক তথ্যৰ বাবে তলৰ শাখাটো চাওক।
  • আপল'ড : প্ৰতিবেদন জাৰী কৰিবলৈ ব্যৱহাৰকাৰীসকলক ছবি আপল'ড কৰাৰ অনুমতি দিয়া হয়। আপল'ডৰ প্ৰয়োজনীয়তাৰ বিষয়ে তথ্য প্ৰতিবেদনৰ প্ৰ-পত্ৰখনত তালিকাভুক্ত কৰা থাকে।

এক সাৰাংশ প্ৰদান কৰক

আপুনি সন্মুখিন হোৱা সমস্যাসমূহৰ কেইটামান শব্দত বৰ্ণনা কৰক। যদি আপুনি প্ৰথমবাৰৰ বাবে বাগৰ কথা সদৰি কৰি আছে তেন্তে মজুত থকা ট্ৰেকাৰ আইটেমসমূহ উদাহৰণ হিচাপে ব্যৱহাৰ কৰাটো সাধাৰণতে এটা ভাল ধাৰণা।

উদাহৰণ:

  • ফ্ৰণ্ট-এণ্ড: ইটো-সিটো সতৰ্কবাণী।
  • বেক-এণ্ড: "nameofplugin" প্ৰকাশ কৰিলত প্ৰবন্ধ সাঁচি থ'ব পৰা নাই।

মন কৰিব: আপোনাৰ সাৰাংশ বৰ্ণনামূলক কৰাৰ চেষ্টা কৰিব কিয়নো এইটোৱেই প্ৰথম বস্তু যিটো বিকাশকৰ্তাসকলে কিবা ঠিক কৰিবলৈ ট্ৰেকাৰ ব্যৱহাৰ কৰোঁতে চাব।

বাগৰ বিষয়ে বিৱৰণ প্ৰদান কৰক

যিমান সম্ভৱ তথ্য প্ৰদান কৰিবলৈ ট্ৰেকাৰটোৱে পাঁচটা উপ-শাখা থকা টেমপ্লেটেৰে বিৱৰণ ক্ষেত্ৰটো ভৰাই দিয়ে:

  • সমস্যাটো পুনৰ সৃষ্টি কৰাৰ পদক্ষেপসমূহ: আন এগৰাকী ব্যক্তিয়ে সমস্যাটো কেনেদৰে পুনৰ সৃষ্টি কৰিব পাৰিব তাৰে বিতং পদক্ষেপসমূহ ।
  • প্ৰত্যাশিত ফলাফল : ওপৰোক্ত পদক্ষেপসমূহ ল'লে আপুনি যি হ'ব লাগে বুলি ভাবে।
  • প্ৰকৃত ফলাফল : ওপৰোক্ত পদক্ষেপসমূহ লওঁতে প্ৰকৃততে কি হৈছিল
  • ছিষ্টেমৰ তথ্য : আপোনাৰ ছিষ্টেম কেনে পৰিৱেশত কন্‌ফিগাৰ কৰা হৈছে সেইবিষয়ে তথ্য। ইয়াত আপুনি ব্যৱহাৰ কৰি থকা ব্ৰাউজাৰ, আপোনাৰ ছাৰ্ভাৰৰ PHP সংস্কৰণ নাইবা আপোনাৰ ছাইটে ব্যৱহাৰ কৰি থকা ডাটাবেছৰ ধৰণ থাকিব পাৰে। অনুকূল ফলাফলৰ বাবে আপুনি কৰ্তৃপক্ষ শাখাত লগ ইন কৰোঁতে আপোনাৰ ছাইটৰ ছিষ্টেমৰ তথ্য দৰ্শনৰ পৰা এই ডাটা কপি কৰিব পাৰে।
  • অতিৰিক্ত মন্তব্য : ওপৰত প্ৰদান নকৰা যিকোনো অতিৰিক্ত তথ্য যি সমস্যাৰ কাৰণ বিচাৰি উলিয়াই সমাধান কৰাৰ বাবে লাভজনক হ'ব।

সাধাৰণ ফৰ্মেট এনে কিবা হোৱা উচিত:

  1. "মই ঠিক এনেকৈ কৰিছোঁ।"
  2. "এয়া হ'ল।"
  3. "মোৰ মতে এয়া হ'ব লাগিছিল।"
  4. "অন্যান্য তথ্য, সাম্ভাব্য সমাধান, প্ৰস্তাৱিত ক'ড পেট্‌চ।"

যিমান বেছি বিৱৰণ সিমানেই ভাল। লগতে, Joomla! ৱেবছাইটৰ নমুনা ব্যৱহাৰ কৰি অথবা কেনেদৰে ছেট আপ কৰিব লাগে তাৰে সহজ, স্পষ্ট নিৰ্দেশনাৰে বাগটো পুনৰ সৃষ্টি কৰাটো গুৰুত্বপূৰ্ণ। মনত ৰাখিব যে আনে আপোনাৰ ছাইটৰ ডাটাবেছ ব্যৱহাৰ কৰিব নোৱাৰিব সেয়েহে সহজে উপলব্ধ ডাটা-- নমুনা ছাইটটোৰে বাগটো কেনেদৰে চাব লাগে সেইটো আপুনি কাৰোবাক ক'ব পাৰিব লাগিব।

উদাহৰণ ক

মই কি কৰিলোঁ
নমুনা ৱেবছাইটেৰে আৰম্ভ কৰিলোঁ। সকলো ঠিকেই আছিল। মই "nameofplugin" সক্ৰিয় কৰিলোঁ। বেক এণ্ডৰ পৰা কোনো এটা প্ৰবন্ধ সাঁচি থ'বলৈ চেষ্টা কৰিলোঁ।
কি হ'ল
মই এখন খালী স্ক্ৰীণ পাওঁ আৰু প্ৰবন্ধটো সাঁচি থোৱা নহয়।
কি হ'ব লাগিছিল
প্ৰবন্ধসমূহ সঠিকভাৱে সাঁচি থোৱা হ'ব লাগিছিল।
Other information
These are the plugins enabled at the same time. SEF is on (or Off). My site is in a sub-folder. I also remark that... etc. Files such and such are the issues IMHO (if you know what you are talking about).

Example B

What I did
Navigate to Back-end. Click on "menu_name" Menu.
What happened
Page opened is blank.
What should have happened
Menu should have opened correctly.
Other information
Any other menu works OK. etc.

Real-Life Example

  • What I did
  1. Started with the sample website.
  2. Added an unpublished article from the back end, with Section=FAQ, Category=General.
  3. In the advanced parameters for the article, set Show Title to "No" and Print, PDF, and Email Icons to "Hide".
  4. Save the article and navigate to front end. Login to the front end as admin and navigate to the Example Pages -> Category Blog menu item.
  • What happened : The newly added article shows but there is no edit icon for the front-end user to click on.
  • What should have happened : The edit icon should show, allowing a front end user to edit this article.
  • Other information : This only happens with the rhuk_milkyway template. By changing this code [code proposed] in file [name and hierarchy of file], line(s) #, the issue looks solved on my settings.

Issue a pull request directly on Joomla!'s GitHub repository

If you wish to propose a fix by directly providing the code within Joomla! itself, you may do so by issuing a "pull request" in Joomla!'s code repository on GitHub.com, located here: https://github.com/joomla/joomla-cms

This process requires some knowledge regarding Source Control Management systems and Git in particular. If you do know what the Git SCM is and how it works, the process is simple:

  • Sign up for a free GitHub.com account
  • Fork the Joomla! repo
  • Switch to the "staging" branch if you wish to propose a fix for the current Joomla! 3.x release or to another branch if you want to propose a fix for the next Joomla! Version.
  • Add/update the related files in Joomla! in the right branch and the click on the "review & compare" button - more info on this here https://help.github.com/articles/using-pull-requests - to start the "pull request" issuing process.

Extra tips and tricks

Well-written bug reports are incredibly helpful. However, there's a certain amount of overhead involved in working with any bug tracking system, so your help in keeping our ticket tracker as useful as possible is appreciated. In particular:

  • Do read the FAQ to see if your issue might be a well-known question.
  • Do search the tracker to see if your issue has already been filed.
  • Do ask on bug reporting forums for Joomla 3.x first if you're not sure if what you're seeing is a bug.
  • Do write complete, reproducible, specific bug reports. Include as much information as you possibly can, complete with code snippets, test cases, etc. A minimal example that illustrates the bug in a nice small test case is the best possible bug report.
  • Don't use the tracker system to ask support questions. Use the Joomla! forums for that.
  • Don't use the trackers to make large-scale feature requests. We like to discuss any big changes to Joomla!'s core on the developers forums before actually working on them.
  • Don't reopen issues that have been marked "expected behaviour". This mark means that the decision has been made that we can't or won't fix this particular issue. If you're not sure why, please ask on im developer forums.
  • Don't use the tracker for lengthy discussions, because they're likely to get lost. If a particular tracker item is controversial, please move discussion to developers forums.

Reporting security issues

Report security issues to security [at] joomla [dot] org. This is a private list only open to long-time, highly trusted Joomla! developers, and its archives are not publicly readable.

In the event of a confirmed vulnerability in Joomla! itself, we will take the following actions:

  • Acknowledge to the reporter that we've received the report and that a fix is forthcoming. We'll give a rough timeline and ask the reporter to keep the issue confidential until we announce it.
  • Halt all other development as long as is needed to develop a fix, including patches against the current and two previous releases.
  • Determine a go-public date for announcing the vulnerability and the fix. To try to mitigate a possible "arms race" between those applying the patch and those trying to exploit the hole, we will not announce security problems immediately.
  • Publicly announce the vulnerability and the fix on the pre-determined go-public date. This will probably mean a new release of Joomla! but in some cases it may simply be patches against current releases.