Main Page/as

From Joomla! Documentation

This page is a translated version of the page Main Page and the translation is 100% complete.

Joomla!®
Joomla logo.png
তথ্য-পত্ৰ

Joomla! ব্যৱহাৰকাৰী, বিকাশকৰ্তা বা Joomla!-ৰ বিষয়ে অধিক জনাৰ প্ৰতি আগ্ৰহী যিকোনো ব্যক্তিৰ বাবে এক অনলাইন সহযোগী সম্প্ৰদায় মেনুৱেল। বৰ্তমান আমাৰ Joomla! সম্প্ৰদায়ৰ সদস্যসকলৰ দ্বাৰা লিখিত, পৰিচালিত আৰু অনুবাদিত ৯,৩৩১টা প্ৰবন্ধ আছে।

Other languages:
العربية • ‎অসমীয়া • ‎беларуская • ‎български • ‎বাংলা • ‎català • ‎čeština • ‎dansk • ‎Deutsch • ‎Ελληνικά • ‎English • ‎español • ‎eesti • ‎فارسی • ‎français • ‎hrvatski • ‎Հայերեն • ‎Bahasa Indonesia • ‎italiano • ‎日本語 • ‎Nederlands • ‎polski • ‎português • ‎português do Brasil • ‎русский • ‎සිංහල • ‎ไทย • ‎Türkçe • ‎українська • ‎中文 • ‎中文(中国大陆)‎ • ‎中文(简体)‎ • ‎中文(繁體)‎

সংস্কৰণসমূহ

Joomla! 3.9.23 একেবাৰে নতুন সংস্কৰণ!
সকলো Joomla! CMS সংস্কৰণৰ তথ্য
Joomla! 3.9.23ৰ কাৰিকৰী প্ৰয়োজনীয়তাসমূহ
Joomla! CMS 3.9ত কি কি নতুন আছে জানক
Joomla! CMS 3ৰ বিষয়ে সাধাৰণ প্ৰশ্নসমূহৰ উত্তৰ
বিস্তাৰিত টেষ্ট ড্ৰাইভ লওক আৰু আপোনাৰ নিজা বিনামূলীয়া Joomla! ৱেবছাইট তৈয়াৰ কৰক
সদায়ে সমৰ্থিত সংস্কৰণ ব্যৱহাৰ কৰিব, আমাৰ ৰিলীজ আৰু সমৰ্থন চক্ৰ পৃষ্ঠাখন পঢ়ক।

প্ৰকল্পসমূহ

লাইচেঞ্চ

আন একো উল্লেখিত নাথাকিলে এই ৱিকিৰ সমল স্বত্বাধিকাৰ আইনৰ অধীন আৰু Joomla! বৈদ্যুতিক তথ্য-পত্ৰ লাইচেঞ্চ (JEDL)ৰ অধীনত উপলব্ধ কৰোৱা হয়। আপোনাৰ এই সামগ্ৰীৰ প্ৰস্তাৱিত ব্যৱহাৰৰ অনুমতি আছে নে নাই সেয়া নিৰ্ধাৰণ কৰাত আপুনি JEDLৰ সঘনাই সোধা প্ৰশ্নৱলী উপযোগী পাব পাৰে। যদি এই সামগ্ৰীৰ লাইচেঞ্চ প্ৰদান সম্বন্ধে আপোনাৰ কিবা প্ৰশ্ন আছে তেনেহ'লে অনুগ্ৰহ কৰি legal@opensourcematters.org-ৰ সৈতে যোগাযোগ কৰক। যদি আপুনি এই ছাইটত থকা সামগ্ৰীৰ লাইচেঞ্চৰ চৰ্তাৱলীৰ সম্ভাৱ্য উলংঘনৰ বিষয়ে সদৰি কৰিব বিচাৰে তেনেহ'লে অনুগ্ৰহ কৰি legal@opensourcematters.org-ৰ সৈতে যোগাযোগ কৰক।