License/as
From Joomla! Documentation
লাইচেঞ্চ
আন একো উল্লেখিত নাথাকিলে এই ৱিকিৰ সমল স্বত্বাধিকাৰ আইনৰ অধীন আৰু Joomla! বৈদ্যুতিক তথ্য-পত্ৰ লাইচেঞ্চ (JEDL)ৰ অধীনত উপলব্ধ কৰোৱা হয়। আপোনাৰ এই সামগ্ৰীৰ প্ৰস্তাৱিত ব্যৱহাৰৰ অনুমতি আছে নে নাই সেয়া নিৰ্ধাৰণ কৰাত আপুনি JEDLৰ সঘনাই সোধা প্ৰশ্নৱলী উপযোগী পাব পাৰে। যদি এই সামগ্ৰীৰ লাইচেঞ্চ প্ৰদান সম্বন্ধে আপোনাৰ কিবা প্ৰশ্ন আছে তেনেহ'লে অনুগ্ৰহ কৰি [email protected]-ৰ সৈতে যোগাযোগ কৰক। যদি আপুনি এই ছাইটত থকা সামগ্ৰীৰ লাইচেঞ্চৰ চৰ্তাৱলীৰ সম্ভাৱ্য উলংঘনৰ বিষয়ে সদৰি কৰিব বিচাৰে তেনেহ'লে অনুগ্ৰহ কৰি [email protected]-ৰ সৈতে যোগাযোগ কৰক।