ছবি যোগ কৰা

From Joomla! Documentation

Revision as of 07:28, 19 June 2020 by Mohsin Ali (talk | contribs) (Created page with "পৃষ্ঠাখনৰ ওপৰৰ বাওঁফালে "আপল'ড কৰক"ত ক্লিক কৰক। তাৰ পাছত আপুনি আপল'...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Other languages:
Deutsch • ‎English • ‎Nederlands • ‎Nederlands (informeel)‎ • ‎català • ‎dansk • ‎eesti • ‎español • ‎français • ‎português • ‎português do Brasil • ‎română • ‎български • ‎русский • ‎العربية • ‎فارسی • ‎हिन्दी • ‎অসমীয়া • ‎বাংলা • ‎中文(台灣)‎
Joomla! 
2.5

আপোনাৰ Joomla! ৱেবছাইটত ছবি আপল'ড কৰিবলৈ এইকেইটা পদ্ধতি উপলব্ধ।

মিডিয়া পৰিচালক ব্যৱহাৰ কৰি আপল'ড কৰা

ছবি যোগ কৰিবলৈ মিডিয়া পৰিচালক ব্যৱহাৰ কৰি আপোনাৰ কম্পিউটাৰৰ পৰা সেয়া আপল'ড কৰাটো হ'ল আটাইতকৈ সৰল উপায়। প্ৰথমে, নিশ্চয়কৈ, আপুনি ছবিখন আপোনাৰ কম্পিউটাৰত ডাউনল'ড কৰি সেইটো বিচাৰি পাব লাগিব। তাৰ পাছত কণ্ট্ৰ'ল পেনেল (বেক-এণ্ড প্ৰশাসনিক ইণ্টাৰফেচ)ৰ পৰা সমল  মিডিয়া পৰিচালকলৈ নেভিগেট কৰিব লাগিব।

On the left is a directory tree, with the root directory "Media". This corresponds to the default "images" directory, yoursite/joomla/images. Pick a subdirectory where you want the image located, or else do nothing to upload the image to the default images directory.

পৃষ্ঠাখনৰ ওপৰৰ বাওঁফালে "আপল'ড কৰক"ত ক্লিক কৰক। তাৰ পাছত আপুনি আপল'ড বক্স দেখা পাব। আপোনাৰ কম্পিউটাৰত ছবিখন বিচাৰিবলৈ "ব্ৰাউজ কৰক"ত ক্লিক কৰক, তাৰ পাছত ছাৰ্ভাৰত ফাইলটো আপল'ড কৰিবলৈ "আপল'ড আৰম্ভ কৰক"ত ক্লিক কৰক।

FTP

Of course, you can upload images to a server using any standard FTP client. You might find this handier for adding images to template directories; however, if you have FTP set up, you probably don't need an explanation of how to add an image. Also, many server administration panels such as Cpanel and Plesk have upload capabilities.

এক্সটেনশ্যনসমূহ

Joomla এক্সটেনশ্যন ডাইৰেক্টৰীত কেইবাটাও এক্সটেনশ্যন আছে যিয়ে ছবি আপল'ড কৰিব পাৰে।