Joomla! ক'ড অৱদানকাৰী
From Joomla! Documentation
এগৰাকী Joomla! ক'ড অৱদানকাৰী হিচাপে... আপুনি দুৰ্দান্ত।
সম্প্ৰদায়ৰ অৱদানকাৰী সদস্য হোৱাৰ বাবে আপোনাক ধন্যবাদ!
এই পৃষ্ঠাৰ লিংকসমূহে Joomla! ক'ড অৱদানকাৰী এগৰাকীক পুল ৰিকুৱেষ্ট দাখিল কৰা, ইউনিট টেষ্ট সৃষ্টি কৰাত সহায় কৰা প্ৰবন্ধ, Joomla ইছ্যু ট্ৰেকাৰ কেনেকৈ ব্যৱহাৰ কৰে আৰু GitHub-ত Joomla! ক'ডলৈ কেনেকৈ বৰঙণি আগবঢ়ায় তাৰে নিৰ্দেশনালৈ লৈ যাব।
বাগ ট্ৰেকাৰ
"বাগ ট্ৰেকাৰ" শ্ৰেণীৰ সকলো প্ৰবন্ধৰ তালিকা। বাগ স্কোৱডৰ বিষয়ে অধিক তথ্য আৰু Joomla! সম্প্ৰদায়ৰ সৈতে জড়িত হ'বলৈ বাগ স্কোৱড প'ৰ্টেল পৃষ্ঠা চাওক।
- বাগ ট্ৰেকিং প্ৰক্ৰিয়া
- বাগ আৰু সমস্যা ট্ৰেকাৰৰ প্ৰাথমিকতা
- পৰীক্ষকসকলৰ বাবে কম্পনেণ্ট পেট্চটেষ্টাৰ
- বাগ আৰু সমস্যা ৰুজু কৰা
- Joomla! পেট্চ পৰীক্ষা কৰা
- Joomla! পেট্চ পৰীক্ষা কৰা দ্ৰুত-ৰেফাৰেঞ্চ-গাইড
অধিক প্ৰবন্ধ আৰু তথ্যৰ বাবে:
বাগ স্কোৱড প'ৰ্টেল পৃষ্ঠাখন চাওক।
GitHub পুল ৰিকুৱেষ্ট
"GitHub" শ্ৰেণীৰ সকলো প্ৰবন্ধৰ তালিকা
- Git ব্ৰাঞ্চিং দ্ৰুত-আৰম্ভণি
- ক'ডাৰসকলৰ বাবে Git
- পৰীক্ষক আৰু ট্ৰেকাৰসকলৰ বাবে Git
- GitHub-ত Joomla!লৈ মোৰ প্ৰথম পুল ৰিকুৱেষ্ট
- পুল ৰিকুৱেষ্ট বনাবলৈ GitHub UI ব্যৱহাৰ কৰা
- Git আৰু Eclipse-এৰে কাম কৰা
- Git আৰু GitHub-এৰে কাম কৰা
Joomla! ইউনিট টেষ্ট
"স্বচালিত পৰীক্ষা কৰা" শ্ৰেণীৰ সকলো প্ৰবন্ধৰ তালিকা।